CUET

দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ দ্বাৰা আজি অনুষ্ঠিত হৈছিল স্নাতকোত্তৰ পাঠ্যক্ৰমৰ দ্বিতীয়লানি প্ৰৱেশিকা পৰীক্ষা। কিন্তু যথাসময়ত প্ৰশ্নকাকত আপলোড কৰাত সংস্থাই ব্যৰ্থ হোৱাৰ বাবে পৰীক্ষাত বহাৰ পৰা বঞ্চিত হয় দেশৰ ৫০ হাজাৰৰো অধিক শিক্ষাৰ্থী।