Violations of Election

যোৰহাটৰ শৈক্ষিক ক্ষেত্ৰত কালিমা। নিৰ্বাচন কেন্দ্ৰীক হিংসা জেবি কলেজৰ নিৰ্বাচনত।

কালি নিশা দুই পক্ষৰ ছাত্ৰৰ মাজত সংঘটিত হ'ল মাৰপিট।

আৰক্ষীৰ নিৰাপত্তাৰ মাজতো লজ্জাজনক ভাৱে সংঘটিত দুই ফৈদৰ মাৰপিট ৷

যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শেষ নিশা মহাবিদ্যালয়ৰ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

উল্লেখ্য় যে প্ৰায় এশজনীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰাবাসৰ কেইবাগৰাকীও নিবাসী।