AAP Protest

পৰিৱৰ্তন বিচাৰি আম আদমী পাৰ্টীৰ প্ৰতিবাদ। সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ওলাই আহিল আপৰ কৰ্মী। বৃহস্পতিবাৰে, ভাৰতৰ প্ৰধানমন্ত্ৰী ডিব্ৰুগড়লৈ অহাৰ দিনটোতে আম আদমী পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।