Couples

আদিম কালৰে পৰা মানৱ জীৱনত এই প্ৰেমে প্ৰভাৱ বিস্তাৰ কৰি জীয়াই থকাৰ প্ৰতিটো স্তৰক সঞ্জিৱনী প্ৰদান কৰি আহিছে৷

আজি ভেলেণ্টাইন দিৱস। এই দিনটো খ্ৰীষ্টিয় শ্বহীদ চেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন।

বছৰৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে পালন কৰা হয় এই ভেলেণ্টাইন দিৱস। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। এই দিনটোত প্ৰেমিক -প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুল, চকলেট বা মৰমৰ বাৰ্তাৰে সম্ভাষণ জনায়।