Rail Accident

মৰাণত নামনিমুৱা (ডিব্ৰুগড়-গুৱাহাটী) ইণ্টাৰচিটি ৰেলে মহতীয়ালে এজনলোকক।

মৰাণৰ চাংমাই গাওঁৰ সমীপত সংঘটিত হয় এই শোকাবহ ঘটনা। 

মৃত লোকজন ধীৰেন চাংমাই(৫৫) বুলি চিনাক্ত কৰা হৈছে। 

উল্লেখ্য় যে, ধীৰেন চাংমাইৰ মৃত্য়ুই অঞ্চলজুৰি প্ৰকাশ কৰিলে শোকৰ চাঁ।