Punjab National Bank

ধেমাজি তিনিআলিস্থিত পাঞ্জাৱ নেচনেল বেংকৰ সন্মুখত চিপজৰি লৈ থকা অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

আজি পুৱাই ধেমাজি তিনিআলি স্থিত পাঞ্জাৱ নেচনেল বেংকৰ সন্মুখত চিপজৰি লৈ থকা অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়।স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি অচিনাক্ত লোকজন গোৰেশ্বৰৰ বিমল দেৱনাথ।

ধেমাজি চহৰৰ মাজমজিয়াত সংঘটিত হোৱা এই ঘটনাই অঞ্চলটোত এতিয়া চাঞ্চল্য়ৰ সৃষ্টি কৰিছে, এই ঘটনা আত্মহত্যা ৰূপ দিয়া বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।