Folk Art

প্ৰসিদ্ধ অসমীয়া কবি,সাহিত্যিক নীলমণি ফুকন দেৱক সৰ্বোচ্চ ভাৰতীয় সাহিত্য বঁটা জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে। নীলমণি ফুকন অসমীয়া কবিতাৰ ধাৰাত তেওঁৰ প্ৰতীকবাদী প্ৰতিনিধিত্বৰ বাবে জনাজাত।

Nilamoni Phukan