Former Assam Cricketer

প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি। বৃদ্ধি কৰা হৈছে সুৰক্ষা ব্যাৱস্থা।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ পূব দিল্লী সমষ্টিৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে পাইছে মৃত্যুৰ ভাবুকি। আই এছ আই এছ কাশ্মীৰে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে বিজেপিৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক।