Mannat

২৮ দিনৰ অন্তত মুকলি আকাশৰ তললৈ কিং খানৰ পুত্ৰ আৰিয়ান খান। শনিবাৰে পুৱা মুম্বাইৰ আৰথাৰ ৰ’ড জে’লৰ পৰা মুকলি কৰি দিয়া হয় বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক।

২ অক্টোবৰত ক্ৰুইজ জাহাজত ৰেভ পাৰ্টী কৰাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান। আৰিয়ানৰ লগতে তেওঁৰ বন্ধুকো জাহাজৰ পৰা গ্ৰেপ্তাৰ কৰিছিল NCBয়ে।

Aryan Khan