New Technologies

আজি আমি কথা পাতিম ধুবুৰী জিলাৰ গৌৰীপুৰৰ এজন শিল্পীৰ লগত। যি জন শিল্পীয়ে বছৰ বছৰ ধৰি বাহঁৰ বাহী বনাই তেওঁৰ পৰিয়াল পোহ পাল দি আহিছে।

সুদূৰ মেঘালয়ৰ পৰা বাহঁ কিনি আনি ঘৰতে তৈয়াৰ কৰা বাহী বজাৰে বজাৰে বিক্ৰী কৰা এইজন শিল্পী লৈ মন কৰক। তেওঁৰ এই প্ৰচেষ্টা আজিও অব্যাহত আছে যদিও গ্ৰাহক নাই আগৰ দৰে। বৰ্তমানে হাতে হাতে মোবাইল আহি যোৱাৰ ফলত এই সমুহ থলুৱা বাদ্যযন্ত্ৰৰ চাহিদা হ্ৰাস পোৱা বুলি দুখেৰে কি কলে শিল্পী জনে শুনো আহক।