এতিয়াও অসমবাসীয়ে পাহৰা নাই ৰাজ্য কঁপোৱা মহানগৰীৰ ডাব'ল মাৰ্ডাৰৰ ঘটনাক। মাষ্টাৰ মাইণ্ড বন্দনা কলিতাই স্বামী আৰু শাহুৱেকক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰি কৰি পেলাই দিছিল মেঘালয়ৰ পাহাৰত। বন্দনা কলিতাক সহায় কৰিছিল ধনটি ডেকা আৰু অৰূপ ডেকাই। আজি জিলা সত্ৰ আদালতত হাজিৰ বন্দনা কলিতা। লগত হাজিৰ হ'ল ধনটি ডেকা আৰু অৰূপ ডেকা। আদালতৰ অভিযেগ আৰোপ তিনিও অভিযুক্তৰ বিৰুদ্ধে।
Category
- Log in to post comments