বিপদত মনজিত মহন্ত! অপপ্ৰচাৰ চলোৱাৰ অভিযোগত দোষাৰোপ মহন্তক

Manjit Mahanta

অসম বিধানসভাৰ বিশেষ অধিকাৰ সমিতিৰ সপ্তম খন বৈঠকত দোষী সাব্যস্ত মনজিত মহন্ত।

 

বিধানসভা পৰিচালনাৰ ১৭২ আৰু ২৭৪ অধিনিয়মনতে দোষী সাব্যস্ত মহন্তক। অধ্যক্ষ লৈ মহন্তৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সমিতিৰ প্ৰস্তাৱ প্ৰেৰণ।ৰাজ্যসভা নিৰ্বাচনৰ সময়ত AIUDF ৰ 6 জন বিধায়কে পুৱা আঠ বজাত মুখ্যমন্ত্ৰীৰ বাসৱনলৈ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ অভিযোগ আনিছিল মনজিত মহন্তই ।       

মহন্তৰ বিৰুদ্ধে লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ সমিতিক অনুৰোধ জনাইছিল সদস্য কমলাক্ষ দে পুৰুকায়স্হয়ই 

 

AIUDF আৰু BJP বিধায়কৰ সমৰ্থনত দোষী সাব্যস্ত কৰা হ'ল মনজিৎ মহন্তক

Category
Profile picture for user UB Photos