সত্যাগ্ৰহ এক্সপ্ৰেছৰ ২৮ ছেকেণ্ডৰ এটা ভিডিঅ' ভাইৰেল, আৰু সৰ্বত্ৰে চৰ্চা!

Namaaz

চলন্ত ৰেলৰ ভিতৰত নামাজ পঢ়া চাৰিজন মুছলমান যুৱকৰ এটা ভিডিঅ' আৰু সৰ্বত্ৰে ভাইৰেল।

ভিডিঅ'টোত দেখা গৈছে যে বগা কুৰ্তা-পায়জামা পিন্ধা যুৱককেইজনে ৰে'ল কোচৰ ভিতৰত নামাজ পঢ়ি আছে, যাৰবাবে আন যাত্ৰীৰ পথ অৱৰোধ হোৱা দেখা গৈছে। 

 

ভিডিঅ'টোত দেখা গৈছে যে আন যাত্ৰীসকল দৃশ্যমানভাৱে অসুবিধাত পৰিছে। 

ছ'চিয়েল মিডিয়াত শ শ মানুহে এই কাৰ্যক ৰাজহুৱা স্থানৰ অপব্যৱহাৰ বুলি অভিহিত কৰিছে।  

সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ পাদ্ৰোনা জিলাৰ আৰপিএফ আৰু জিআৰপিয়ে ঘটনাটোৰ তদন্তৰ বাবে এটা দল গঠন কৰিছে প্ৰকাশ পাইছে। 

এই ভিডিঅ' সত্যাগ্ৰহ এক্সপ্ৰেছৰ স্লিপাৰ কোচৰ ভিতৰত নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে কৈছে যে যদি কোনোবাই অভিযোগ দাখিল কৰে তেন্তে তেওঁলোকে এটা গোচৰ ৰুজু কৰিব। 

Category
Profile picture for user UB Photos