বাঢ়নী পানীয়ে কাঢ়িলে প্ৰাণ, সলিল সমাধি আঢ়ৈ বছৰীয়া কণমানিৰ...

sarthebari flood death news

সৰ্থেবাৰীৰ পাৰাহকুছিত অঘটন। পানীত পৰি মৃত্যু আঢ়ৈ বছৰীয়া কণমানিৰ।

 

বানপানীৰ বাবেই প্ৰাণ হেৰুৱালে এগৰাকী কণমানিয়ে। মৃত কণমানিজনী হৈছে পাৰাহকুছিৰ বিস্মিতা দাস। সুভাষ দাস আৰু মিতালী দাসৰ একমাত্ৰ কন্যা আছিল বিস্মিতা। ঘৰৰ চাৰিফালে বানপানী আৰু চোতালত পানী থকাৰ বাবেই অকস্মাতে পানীত পৰি কণমানিজনীৰ মৃত্যু হোৱা বুলি উল্লেখ স্থানীয় ৰাইজৰ।

Category
Profile picture for user UB Photos