শ্ৰেণীকোঠাত পাঠদান চলি থাকোতেই ৰহস্যজনক মৃত্যু শিক্ষকৰ

শ্ৰেণীকোঠাত পাঠদান চলি থাকোতেই ৰহস্যজনক মৃত্যু শিক্ষকৰ

◾গুণোৎসৱৰ মাজতে ডিমৌৰ বিদ্যালয়ত অঘটন

◾গুণোৎসৱ চলি থকাৰ মাজতে মৃত্যু শিক্ষকৰ

◾শ্ৰেণীকোঠাতে অকাল মৃত্যুক সৱটিলে এজন শিক্ষকে

◾মৃত শিক্ষকগৰাকীৰ নাম অমৰজিৎ দত্ত

◾বৰগাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দত্ত

◾হৃদতযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু শিক্ষকগৰাকীৰ

 

Category
Profile picture for user UB Photos