
◾পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰৰ ঘটনা
◾উলুবাৰী উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ মৃতদেহ
◾মৃত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই
◾ঘটনাস্থলীত উপস্থিত পল্টনবজাৰ আৰক্ষী
◾মানসিক বিকাৰগ্ৰস্ত আছিল লোকজন
◾সেঁতুৰ তলত বাস কৰিছিল লোকজনে
◾বহুদিন ধৰি উলুবাৰীত ঘূৰি ফুৰিছিল লোকজন
◾মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ
Category
- Log in to post comments