ক’ভিড নিঃশেষ হ’ল অসমত! স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণা…

Covid

অসমত শেষ হ’ল ক’ভিড। অসমত নাই ক’ভিডৰ এটাও নতুন ঘটনা। বৃহস্পতিবাৰৰ দিনটোত অসমত কৰা ১,৭১৩টা পৰীক্ষাৰ ভিতৰত এজনৰো দেহত ধৰা পৰা নাই ক’ভিড-১৯ৰ উপস্থিতি। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটযোগে ঘোষণা কৰে এই কথা-

 

আনহাতে, বৃহস্পতিবাৰৰ দিনটোত পূৰ্বে ক’ভিডত আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে ৯৮.৮৯%।

Category
Profile picture for user UB Photos