
◼️ মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষত ১১গৰাকী গাঁওবুঢ়া
◼️ মানকাচৰ গাঁওবুঢ়া কেলেংকাৰিত জড়িতৰ অভিযোগত অভিমুক্ত
◼️ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰি সংঘটিত কৰিছিল ADC চাইবুল ৰহমানে
◼️ মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ ৫/২০২ নম্বৰত ৰুজু হৈছিল গোচৰ
◼️ গোচৰৰ ভিত্তিত সোধপোচৰ বাবে তলৱ ১১গৰাকী গাঁওবুঢ়াক
◼️ ৭০জন গাঁওবুঢ়াক ধনৰ বিনিময়ত নিযুক্তি দিয়াৰ অভিযোগ
◼️ ইতিমধ্যে আতিকা চুলতানাক জেৰা কৰিছিল মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষে
◼️ এই গোচৰত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা কেইবাজনো গাঁওবুঢ়া
Category
- Log in to post comments