ৰাজ্যত দৈনিক বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা, ক'ভিডত আক্ৰান্ত ৩,৩৯০জন লোক

Assam Covid 19 Update

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা। ৰাজ্যত দৈনিক বৃদ্ধি ক'ভিডৰ সংক্ৰমণ।

শনিবাৰৰ দিনটোত ৩,৩৯০ জনৰ দেহত ধৰা পৰিছে ভাইৰাছ। শনিবাৰৰ দিনটোত সম্পন্ন হৈছে ৩৪,৩৫৫টা টেষ্ট।

https://twitter.com/keshab_mahanta/status/1482353630577827852

আনহাতে কামৰূপ(ম)ত ৯১৯জনৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি। এই পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে ৪ জন লোকে। ইয়াৰ বিপৰীতে আৰোগ্যৰ হাৰ হৈছে ৯৬.০৭%।

Category
Profile picture for user UB Photos