অসমত উদ্ধাৰ কিম্বদন্তিমূলক ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ বিলাসী ঘড়ী

Thief

কিম্বদন্তিমূলক ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ বিলাসী ঘড়ী চুৰি। অসমত গ্ৰেপ্তাৰ ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ বিলাসী ঘড়ী চুৰিকাণ্ডৰ লগত জড়িত এজনক।

অসম আৰক্ষীৰ বিশেষ সফলতা। ডুবাই আৰক্ষী হেড কোৱাৰ্টাৰ আৰু অসম আৰক্ষীৰ যুটীয়া সহযোগত গ্ৰেপ্তাৰ কৰা হৈছে ডিয়েনো মাৰাডোনাৰ ঘড়ী চুৰিৰ লগত জড়িত ৱাজিদ হুছেইন নামৰ এজন লোকক। শনিবাৰে পুৱা অসম আৰক্ষীয়ে শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰে লোকজনক।

 

হাবলট ব্ৰেণ্ডৰ কেইবালাখ টকীয়া বিলাসী ঘড়ীটো উদ্ধাৰ কৰি ইতিমধ্যে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে অভিযান।

Category
Profile picture for user UB Photos