দেশত হোৰা হোৰে বৃদ্ধি পাইছে পেট্ৰ'লৰ মূল্য

দেশত হোৰা হোৰে বৃদ্ধি পাইছে পেট্ৰ'লৰ মূল্য

কৰ'ণা কেন্দ্ৰীক পৰিস্থিতিত ককবকাই থকা জনতাক মাধমাৰ সোধাই দেশত হোৰা হোৰে বৃদ্ধি পাইছে পেট্ৰ'লৰ মূল্য৷ ক্ৰমাৎ পাৰ কৰিছে শতকৰ ঘৰ৷ একেদৰে অসমতো শতক অতিক্ৰম কৰাৰ দিশে পেট্ৰ'লৰ মূল্য৷

 দিনক দিনে পেট্ৰ'ল-ডিজেলৰ দ্ৰুতগতিৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিছে খাদ্য সামগ্ৰীৰ ওপৰত৷ বজাৰত খাদ্য সামগ্ৰীৰ উৰ্ধমুখী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ মালবাহী আৰু যাত্ৰীবাহী যানবাহনৰ টিকটৰ মূল্যও বৃদ্ধিৰ আশংকা প্ৰকট হৈ পৰিছে৷

'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজত দেশত হোৰা হোৰে বৃদ্ধি পাইছে পেট্ৰ'লৰ মূল্য৷

  আজি পুনৰ পেট্ৰ'লত আৰু ডিজেলত বৃদ্ধি পাইছে ১৭ পইচা৷

Category