চাওক বাঁহেৰে নিৰ্মাণ কৰা কিতাপ/ তামুল পাতৰ কিতাপ

বাহেঁৰে বিভিন্ন সজুঁলি নিৰ্মাণ কৰা আপুনি দেখিছে,
আজি চাওক বাঁহেৰে নিৰ্মাণ কৰা কিতাপ ।
আচৰিত নহ'ব ! আমি দেখুৱাম তামুল পাতৰ কিতাপো