শূন্য সহনশীলতাৰ মন্ত্ৰৰে উদ্ভাসিত BJP চৰকাৰৰ দিনতে চলিছে অবাধ দুৰ্নীতি

গোসাঁই ঘৰত কোন, মই ক'ল খোৱা নাই । এই বাক্য শাৰী যেন এতিয়া আখৰে আখৰে পালন হৈছে দুৰ্নীতিৰ বিষয়ে গুন গান গোৱা বিজেপি চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কৰ লগত ।
শূন্য সহনশীলতাৰ মন্ত্ৰৰে উদ্ভাসিত BJP চৰকাৰৰ দিনতে চলিছে অবাধ দুৰ্নীতি ।