
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।
আবেলি ৪ বাজি ৪১ মিনিতত অনুভূত হয় জোকাৰণি।
ভূমিকম্পৰ তীব্ৰতা ইমানেই আছিল যে বহু ছেকেণ্ড ধৰি কম্পিত হয়।
প্ৰাথমিক তথ্য অনুসৰি ভূমিকম্পৰ প্ৰাবল্য ৫.৯ ৰিখটাৰ স্কেল বুলি অনুমান কৰা হৈছে।
ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ পৰা ১৬ কিলোমিটাৰ নিলগত বুলি অনুমান কৰা হৈছে।
ভূমিকম্পৰ জোকাৰণি ভাৰত, চীন, ম্যানমাৰ, ভূটান, নেপাল, বাংলাদেশত অনুভত হয়।
বৰ্তমানলৈ ভূমিকম্পৰ ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।
Category
- Log in to post comments