
নিশা গুৱাহাটীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন
দুটাকৈ বাসগৃহৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড শিল
প্ৰায় ৩০ ফুট ওখ শিল বাগৰি পৰে বাসগৃহ দুটাত
এতিয়াও সন্ধানহীন মনেশ্বৰ ৰাজবংশী নামৰ এজন লোক
ঘৰৰ পিছফালে শব্দ শুনি চাবলৈ গৈছিল লোকজনে
হঠাৎ মাটি খহি পৰাত পোত যায় মনেশ্বৰ ৰাজবংশী
উদ্ধাৰ অভিযান অব্যাহত আৰক্ষী, SDRF বাহিনীৰ
মেচিনৰ সহায়ত লোকজনক উদ্ধাৰৰ চেষ্টা অব্যাহত
ঘটনাত আহত হোৱা নাই পৰিয়ালটোৰ অন্য সদস্য
মনেশ্বৰ ৰাজবংশীক বিচাৰি ব্যাকুল ৰাজবংশীৰ আত্মীয়
Category
- Log in to post comments