পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত APCCলৈ পত্ৰ বিধায়ক অখিল গগৈৰ

akhil gogoi

 

শিৱসাগৰ জিলাত সৰ্বমুঠ জিলা পৰিষদ আছে ৬ খন

৬ খন জিলা পৰিষদৰ ভিতৰত ৪ জিলা পৰিষদ বিচাৰি পত্ৰ

ৰাইজৰ দলে বিচাৰিছে ম’ৰা বজাৰ, দিচাংমুখ ৰংপুৰ, খেলুৱা

জকাইচুক আৰু বকতা-লাকুৱা কংগ্ৰেছক দিব ৰাইজৰ দলে

সমগ্ৰ বিষয়টো সন্দৰ্ভত পত্ৰ প্ৰেৰণ বিধায়ক অখিল গগৈৰ

প্ৰতিলিপি প্ৰেৰণ দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈলৈ

অখিলৰ পত্ৰৰ পিছতে সামাজিক মাধ্যমত পোষ্ট ধৈৰ্য কোঁৱৰৰ

‘মিত্ৰতাৰ নামত বহু পণ্ডশ্ৰম হ’ল’

‘মিত্ৰতাৰ দুৱাৰখন বন্ধ কৰি দিয়াই উত্তম’

‘সাঁতোৰ সাঁতোৰ নিজ বাহুবলেৰে তই সাঁতোৰ’

Category