
খিতাপ দখলৰ যুঁজত নামিব ভাৰত-নিউজিলেণ্ড
১২ বছৰৰ পিছত চেম্পিয়নছ ট্ৰফীৰ ফাইনেল ভাৰত
পঞ্চমবাৰলৈ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত টীম ইণ্ডিয়া
২৫ বছৰৰ পিছত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত-নিউজিলেণ্ড
২০০০ চনৰ ফাইনেলত ভাৰতক পৰাস্ত কৰিছিল নিউজিলেণ্ডে
ডুবাইৰ ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচ
ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাত আৰম্ভ হ’ব মেচ
ফাইনেল মেচক লৈ দেশবাসীৰ মাজত ব্যাপক উৎকণ্ঠা
Category
- Log in to post comments