পুনৰ আমেৰিকাৰ পৰা বিতাড়ন ১১৯ ভাৰতীয়ক....

air

 

ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰাওনা বিমান

আমেৰিকাৰ পৰা নিশা ভাৰতত উপস্থিত বিমান

নিশা ১০ বজাত অমৃতসৰ বিমানৰ অবতৰণ

বিতাড়িত ১১৯জনৰ ৬৭জন পাঞ্জাৱৰ লোক

৫ ফেব্ৰুৱাৰীত আমেৰিকাৰ পৰা আহিছিল প্ৰথমখন বিমান

অমৃতসৰত অৱতৰণ কৰা বিমানত আছিল ১০৪ বিতাড়িত লোক

চলিত সপ্তাহতে বিতাড়িত লোকক লৈ ভাৰত পাব তৃতীয়খন বিমানো

Category