
বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে মুম্বাইলৈ নিযুক্তি পৰ্যবেক্ষক
বিজয় ৰূপানি আৰু নিৰ্মলা সীতাৰমণক পৰ্যবেক্ষকৰ দায়িত্ব
মোদী-শ্বাহৰ দূত হৈ মুম্বাইত উপস্থিত ৰূপানি-সীতাৰমণ
এতিয়াও আঁতৰা নাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক জোঁট
৫ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে শপত ল’ব বুলি ঘোষণা বিজেপিৰ
Category
- Log in to post comments