ৰাজ্যত বন্ধ হ’ব কেইবাখনো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কোন কোন জিলাত বন্ধ হ’ব ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়?

circle office

ৰাজ্যৰ ৰাজহ বিভাগৰ ডাঙৰ সিদ্ধান্ত
ৰাজ্যত বন্ধ হ’ব কেইবাখনো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
বন্ধ হ’ব ৩৬খনকৈ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়

circle office notice


বন্ধ হ’ব সৰুপেটা, বাঘবৰ, সৰ্থেবাৰী, ডাংতল, মাণিকপুৰ
হেলেম, সাপেখাটী, পাথৰিঘাট, পূৱ মঙলদৈ, গোগামুখ
আগমনি, চাপৰ, ডিব্ৰুগড় (পশ্চিম), ৰংজুলী, খুমটাই
আলগাপুৰ, লালা, যোৰহাট (পশ্চিম), চন্দ্ৰপুৰ
উত্তৰ গুৱাহাটী, কঞা, ছয়গাঁও, নগৰবেৰা, ছমৰীয়া
বদৰপুৰ, কদম, শোৱণশিৰি, উজনি মাজুলী, মিকিৰভেটা, ভূৰাগাঁও
পশ্চিম নলবাৰী, ঘগ্ৰাপাৰ, বৰভাগ, বানেকুছী, আমগুৰি
বন্ধ হ’ব দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

Category