আজিৰে পৰা তদন্তত নামিছে CBI! তদন্ত আৰম্ভ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ....

CBI

ৰাজ্যৰ ভয়ংকৰ ট্ৰেডিং প্ৰৱঞ্চনাৰ তদন্ত আৰম্ভ
তদন্ত আৰম্ভ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ
আজিৰে পৰা তদন্তত নামিছে CBI
গড়চুকৰ কাৰ্যালয়লৈ কেইবাজনো ভুক্তভোগীক তলৱ
৪১টা গোচৰ হস্তান্তৰ কৰা হৈছে CBIৰ হাতলৈ
CIDৰ এটা গোচৰো হস্তান্তৰ CBIলৈ
দীপাংকৰ বৰ্মনৰ পৰা আৰম্ভ কৰিব তদন্ত
বৰ্তমানেও পলাতক মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন
গুৱাহাটীত বাহৰ CBIৰ কেইবাজনো জ্যেষ্ঠ বিষয়াৰ

Category