"নিৰ্বাচনৰ পিছত দেখিব ৰাহুল গান্ধীৰ কি হ’ব?" কেৰালাত নিৰ্বাচনী প্ৰচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য.....

politics

কেৰালাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
ৰাহুল গান্ধীৰ গৃহ সমষ্টি ৱায়নাডত ৰোড শ্ব’
এৰ্নাকুল্লামতো ৰোড শ্ব’ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
NDAৰ ৱায়নাডৰ প্ৰাৰ্থী কে সুৰেন্দৰনৰ হৈ প্ৰচাৰ
গৃহ সমষ্টি ৱায়নাডতেই ৰাহুল গান্ধীক তুলাধুনা
ৰাহুল গান্ধীক ৱায়নাডৰ আসনখনহে লাগে
তেওঁৰ ৱায়নাডত ঘৰ নাই, দুমাহো ৱায়নাডত নাথাকে
ৱায়নাডবাসীয়ে ৰাহুল গান্ধীক লগ পায় নেকি?
ৰাহুল হৈছে ৱায়নাডৰ টুৰিষ্ট
সংসদত ৱায়নাডৰ হৈ মাত নামাতে
নিৰ্বাচনৰ পিছত দেখিব ৰাহুল গান্ধীৰ কি হ’ব?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই হ’ব
৪০০তকৈ অধিক আসন লৈ প্ৰধানমন্ত্ৰী হ’ব মোদী
অৰ্থনৈতিক সামাজিক সংস্কাৰ মোদীৰ শাসনতহে সম্ভৱ

Category
Profile picture for user UB Photos