প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মনৰ দেহাৱসান! ৮৭ বছৰ বয়সত শেষনিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ....

mla

প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মনৰ দেহাৱসান
দীৰ্ঘদিনে অসুস্থ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী
৮৭ বছৰ বয়সত শেষনিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ
নলবাৰীৰ নিজ বাসগৃহতেই শেষ নিশ্বাস ত্যাগ
অবিভক্ত নলবাৰীৰ পৰা ১৯৭৮ চনত বিধানসভালৈ নিৰ্বাচিত
১৯৮০ চনলৈ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল বৰ্মন
গোলাপ বৰবৰা চৰকাৰৰ মন্ত্ৰী আছিল তেওঁ
নলবাৰী কলেজৰ অধ্যাপকো আছিল বৰ্মন
এগৰাকী শিল্পী হিচাপেও পৰিচিত আছিল ৰমনী বৰ্মন
 

Category
Profile picture for user UB Photos