অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ দ্বিতীয় দিন! উদুলি-মুদুলি বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ.......

axom sahitya sabha

অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ দ্বিতীয় দিন
পুৱা পতাকা উত্তোলনেৰে আৰম্ভ দ্বিতীয় দিনৰ কাৰ্যসূচী
পতাকা উত্তোলন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ
উদুলি-মুদুলি বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ
১১৭খন পতাকা উত্তোলন সভাৰ বিষয়ববীয়াৰ

উদুলি মুদুলি মৰিগাঁও বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে মুখৰিত অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনস্থলী। 

মৰিগাঁও জিলাৰ বাৰপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰত চাৰি দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হোৱা অধিবেশনৰ আজি দ্বিতীয়টো দিন।

দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই। অধিবেশনত মূল পতাকাকে ধৰি উত্তোলন কৰা হয় মুঠ ১১৭ খন পতাকা।

Category