veena kapoor murder

বলীউডৰ প্ৰবীণ অভিনেত্ৰী বীনা কাপুৰক হত্যা কৰে স্বয়ং পুত্ৰই। অভিনেত্ৰীগৰাকীৰ পুত্ৰই বেছবলৰ বেটেৰে মূৰত আঘাত কৰি হত্যা কৰে মাতৃৰ মৃতদেহ পেলাই দিলে নদীত। সম্পত্তিৰ বিবাদক লৈ পুত্ৰই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতীয় দণ্ডবিধিৰ ৩০২, ২০১ আৰু ৩৪ ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।