dipawali celebration

কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। অমাৱস্যাৰ আন্ধাৰ নাশি উজ্বলিব চৌদিশ। চাকিৰ পোহৰে আলোকিত হ'ব চৌপাশ। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দীপাৱলীক আদৰাৰ চলি আছে পূৰ্ণ প্ৰস্তুতি। ৰং-বিৰঙৰ চাকিৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ।