Health News

মানৱ শৰীৰৰ বাবে আপুৰুগীয়া অংশ হৈছে হৃদযন্ত্ৰ। হৃদযন্ত্ৰ অবিহনে বিকল মানৱদেহ। হৃদযন্ত্ৰটো ভালে ৰাখিবলৈ হ’লে শৰীৰক প্ৰয়োজন পুষ্টিকৰ খাদ্যৰ। আজিকালি বজাৰত উপলব্ধ বেছি সংখ্যক খাদ্য সামগ্ৰীয়ে ভেজাল। এই ভেজাল খাদ্যসমূহ খোৱাৰ ফলত বহুতো লোকে ভুগিবলৈ লৈছে হৃদযন্ত্ৰৰ ৰোগত। হৃদযন্ত্ৰটো ৰোগমুক্ত কৰি ৰাখিবলৈ সলনি কৰক আপোনাৰ খাদ্যভাস।

কি কি খাদ্য খালে স্বাস্থ্যকৰ হৈ থাকিব আপোনাৰ হৃদযন্ত্ৰটো জানো আহক..

১) অমেগা ৩ সমৃদ্ধ খাদ্য যেনে চৰ্বিযুক্ত মাছ, ফ্লেক্স বীজ, চিয়া বীজ আৰু আখৰোটত ইত্যাদি আপোনাৰ হৃদযন্ত্ৰ ৰখাৰ বাবে এক মুখ্য খাদ্য।