Diamond League Final

আন এক ইতিহাস গঢ়িলে নীৰজ চোপ্ৰাই, ডায়মণ্ড লীগ চেম্পিয়ন অলিম্পিকত স্বৰ্ণ পদক লাভ নীৰজৰ।

পুনৰ আন এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ল অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰাই। জুৰিখত অনুষ্ঠিত ডাইমণ্ড লীগত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে নীৰজে। ডাইমণ্ড লীগত ট্ৰফী আঁজুৰি আনিবলৈ সক্ষম হৈছে নীৰজ৷ ডাইমণ্ড লীগত ট্ৰফী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হ’ল নীৰজ চোপ্ৰা। নীৰজে দ্বিতীয়টো প্ৰচেষ্টাতে ৮৮.৪৪ মিটাৰ থ্ৰো কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে।