state teachers award 2022

শিক্ষক দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২২গৰাকী শিক্ষকলৈ কৃৰ্তী শিক্ষকৰ বঁটা চৰকাৰৰ। শিক্ষক দিৱস উপলক্ষে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে এই বঁটা। চৰকাৰে মাধ্যমিক, নিম্ন মাধ্যমিক আৰু উচ্চ মাধ্যমিক এই তিনি খণ্ডৰ মুঠ ২২গৰাকী শিক্ষকলৈ আগবঢ়াই কৃৰ্তী শিক্ষকৰ বঁটা।

 

 

ৰাজ্যৰ শিক্ষা বিভাগে প্ৰকাশ কৰা তালিকা অনুসৰি মাধ্যমিক খণ্ডৰ ১৩ জন শিক্ষক, নিম্ন মাধ্যমিক খণ্ডৰ ৭জন শিক্ষক আৰু উচ্চ মাধ্যমিক খণ্ডৰ ২ জন শিক্ষকে লাভ কৰে এই বঁটা।