ৰিহেব চেণ্টাৰকলৈ অসন্তুষ্ট মন্ত্ৰী পীযুষ হাজৰিকা। নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীৰে সৈতে কেন্দ্ৰৰ পৰিচালনাৰ বিষয়কলৈ বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ। কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰী হাজৰিকাই।
এতিয়াৰে পৰা চৰকাৰী নীতি নিয়মত চলিব ৰাজ্যৰ প্ৰতিটো ৰিহেব চেণ্টাৰ। নিচামুক্তি কেন্দ্ৰসমূহে সমাজ কল্যান, GMC, স্বাস্থ্য বিভাগৰ অনুজ্ঞাপত্ৰ ল’ব লাগিব।