cop

মঙলবাৰে টেক্সাছৰ এখন প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড। বিদ্যালয়খনত গুলীচালনা কৰে দুৰ্বৃত্তই। ১৮টা স্কুলীয়া শিশুকে ধৰি নিহত হয় ২১গৰাকীকৈ লোক আনহাতে আহত কেইবাজনো লোক।

স্কুলীয়া ছাত্ৰৰ ওপৰত এটা হেণ্ডগান, ৰাইফলেৰে গুলীচালনা কৰে দুৰ্বৃত্তই। তাৰ পাছতেই নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় আক্ৰমণকাৰীটো।

ঘটনাত আহত আৰক্ষীসহ কেইবাজনো লোক। ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি বাইডেনৰ ৪দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে।