New Capital Complex Police Station

পশুৰ নিষ্ঠুৰতাৰ বিৰুদ্ধে কেইবাখনো আইন আৰু জৰিমনা থকা স্বত্বেও, নিৰীহ প্ৰাণীবোৰে প্ৰায়ে কোনো দোষ নোহোৱাকৈ মানৱ হিংসাৰ সন্মুখীন হ'ব লগা হয়।

শেহতীয়াকৈ এনে এক ভয়ানক হৃদয় বিদাৰক ঘটনা ঘটনা পোহৰলৈ আহিছে ত্ৰিপুৰাত।

উল্লেখ্য় যে, পথভ্ৰষ্ট কুকুৰ এটা পুখুৰী পাৰত বহি থকা অৱস্থাত এজন নিষ্ঠুৰ পাষণ্ড যুৱকে কুকুৰটোক গালি-গালাজ কৰি নেজত ধৰি ঘূৰাই পুখুৰীত পেলাই দিয়ে। 

এই ঘটনা পোহৰলৈ আহিছিল যেতিয়া এজন যুৱকে কোনো স্পষ্ট কাৰণ নোহোৱাকৈ এটা পথভ্ৰষ্ট কুকুৰৰ নেজত ধৰি ঘূৰাবলৈ আৰম্ভ কৰিছিল, আনজনে কেমেৰাত অমানৱীয় কাৰ্য্যটো বন্দী কৰিছিল।