Netta Dsouza

বিমানতে বিজেপিৰ নেত্রীক জবাবদিহি কংগ্রেছ নেত্রীৰ। দিল্লীৰ পৰা গুৱাহাটী অভিমুখী বিমানেৰে অহাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক প্ৰশ্নবান মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিতা ডিছুজাৰ।

গুৱাহাটী বিমানবন্দৰত মূল্যবৃদ্ধিক লৈ স্মৃতি ইৰাণীক থকা-সৰকা কংগ্ৰেছী নেত্ৰীৰ। ইতিমধ্যে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কংগ্রেছ নেত্রী নিতা ডিছুজাৰ প্রশ্ন। ৰন্ধন গেছ, পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈ নিতা ডিছুজাই প্ৰশ্ন কৰিছে স্মৃতি ইৰাণীক।

https://twitter.com/dnetta/status/1513043536635400204