Liver Disease

মানৱ দেহত লিভাৰ এটা অপৰিহাৰ্য্য অংগ। এই লিভাৰ বা যকৃত আমাৰ পেটৰ সো-কাষে থাকে।
আমি খোৱা পানী যেনেদৰে ফিল্টাৰ কৰি বিশুদ্ধ কৰি লও, ঠিক তেনেদৰে লিভাৰটোৱেও শৰীৰত জমা হোৱা আবৰ্জনাবোৰ নিস্কাষণ কৰি আমাৰ দেহত তেজ পৰিস্কাৰ কৰি শৰীৰটোক সূস্থ কৰি ৰখাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।