English Paper Leak

আজি ৩০ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া উত্তৰ প্ৰদেশ ব'ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী পৰীক্ষা ২৪ খন জিলাত প্ৰশ্ন কাকত লিক হোৱাৰ অভিযোগত বাতিল কৰা হৈছে।

উত্তৰ প্ৰদেশ দ্বাদশ ব'ৰ্ড পৰীক্ষা ২০২২ইংৰাজী আজি ৩০মাৰ্চ, ২০২২তাৰিখে আবেলি ২বজাৰ পৰা সন্ধিয়া ৫বজালৈ অনুষ্ঠিত হোৱাৰ কথা আছিল। 

বাতিল কৰা পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰা হ'ব। অৱশ্যে, এতিয়াও সঠিক তাৰিখ দিয়া হোৱা নাই।