Strike

আজি ২৯ মাৰ্চ, ভাৰত বন্ধৰ দ্বিতীয়টো দিন। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে দেশৰ প্ৰান্তে প্ৰান্তে দেখা গ’ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

ভাৰতৰ বিভিন্ন প্ৰান্তত দেখা গ’ল ৰে’ল পথ অৱৰোধ, ৰাজপথৰ মাজত প্ৰতিবাদকাৰীৰ বিক্ষোভ কাৰ্যসূচী। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিৰোধী, কৃষক বিৰোধী, জনতা বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী নীতিৰ বিৰুদ্ধে এই ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰা হৈছে।