Flower Lover

উজ্জ্বল ৰং আৰু বিচিত্ৰ আকৃতিৰ ফুল,  বায়ুৰ পৰা আহাৰ গ্ৰহণ কৰা একশ্ৰেণীৰ অলংকৃত উদ্ভিদকে অৰ্কিড বোলা হয়৷

শিৱসাগৰৰ কালুগাঁওত এহেজাৰ প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ এহাল দম্পত্তিৰ। প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে কালুগাঁৱৰ ৰমেন হাতীমূৰীয়া আৰু তেওঁৰ পত্নীয়ে। কালুগাঁওত অৱস্থিত অৰণ্যম খ্যাত ক্ষুদ্ৰ চিৰিয়াখানাত বিভিন্ন প্ৰজাতিৰ অৰ্কিডে সৃষ্টি কৰিছে সুন্দৰতাৰ।

সেউজীয়াৰ মাজত বিভিন্নৰঙী ফুলে জাতিস্কাৰ কৰি তুলিছে অৰণ্যম খ্যাত অৰ্কিড উদ্যানে। বসন্তৰ আগমণৰ লগে লগে বিভিন্ন প্ৰজাতিৰ কপৌ ফুল ফুলিবলৈ ধৰি অৰ্কিড উদ্যান মোহনীয় কৰি তুলিছে।