পুৱা, দুপৰীয়া, সন্ধিয়াই হওক বা নিশাৰ খাদ্য নাইবা টিফিন আমাৰ সকলোৰে পছন্দৰ মেন্যুত থাকে নুডলছ কিন্তু বিশেষজ্ঞৰ মতে, যেতিয়াই তেতিয়াই নুডলছ বা চাউমিন খোৱা শৰীৰৰ বাবে মুঠেও ভাল নহয়।

নুডলছ বা চাউমিন প্ৰক্ৰিয়াজাত খাদ্য। যিয়ে ওজন বৃদ্ধি কৰে। ফাইবাৰ আৰু প্ৰটিন কম থকাৰ ফলত নুডলছক ‘কমপ্লিট মিল’ বোলা নহয়।