শিক্ষানুষ্ঠানত পৰিধান কৰিব নোৱাৰিব হিজাব অথবা গেৰুৱা বসন, কৰ্ণাটকৰ হাইক’ৰ্টে দিলে নিৰ্দেশ… UB Photos February 11 / 2022 দেশজুৰি হিজাব বিতৰ্কই তোলপাৰ লগোৱাৰ সময়তে কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ে দিলে নতুন আদেশ। শিক্ষানুষ্ঠানত পোছাক পৰিধানক লৈ বিতৰ্ক চলি থকাৰ সময়তে এক বিশেষ ঘোষণা কৰিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। Tags UB Photos Karnataka High Court Hijab Controversy Read more about শিক্ষানুষ্ঠানত পৰিধান কৰিব নোৱাৰিব হিজাব অথবা গেৰুৱা বসন, কৰ্ণাটকৰ হাইক’ৰ্টে দিলে নিৰ্দেশ…Log in to post comments