Gauhati University

APDCLৰ মুখ্য কাৰ্যালয়ত বিজুলী ভৱনত  মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল

APDCL ৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত এই অভিযান ৷

Special Supervision Branch raid at APDCL headquarters

APDCLৰ ২০১৯ চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ দায়িত্ব শেহতীয়াকৈ দিয়া হৈছে GUক

বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰুমত আছে পৰীক্ষাৰ উত্তৰবহীসমূহ